70
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ পাচোৰ জিলাৰ এখন বিশেষ গাঁৱৰ অভ্যন্তৰত প্ৰৱেশ কৰিলেই সকলোৰে চকু কপালত উঠে। প্ৰথম দৃষ্টিত গাঁৱখনৰ প্ৰতিঘৰ আৱাসীয়েই ঐশ্বৰ্যশালী। সকলো পৰিয়ালৰ ঘৰেই দুমহলীয়া।
কণ কণ লৰা-ছোৱালীৰ হাতত খেলনা হিচাপে দেখা যায় দামী স্মাৰ্টফোন। কেদিয়া নামৰ গাঁৱখনত দুখীয়া কোনো নায়েই। দৰাচলতে গাঁৱখন লক্ষ্মীৰ বাসস্থান। ঐশ্বৰ্যৰ দেৱীয়ে বাস কৰা কেদিয়াৰ গঞা পিছে সকলোৰে বাবে আতংকৰ কাৰণ।