87
ৰজ্যজুৰি নেপালী আদিকবি ভানুভক্ত আচাৰ্যক স্মৰণ
নাগ্ৰীজুলিঃ নেপালী ভাষাৰ প্ৰেমিক সংস্কৃত ৰামায়ণৰ প্রথম গৰাকী নেপালী অনুবাদক, আদি কবি ভানুভক্ত আচাৰ্যৰ আজি ৰাজ্যজুৰি জন্ম-জয়ন্তী পালন কৰা হয়৷ দেশ তথা ভাষা সাহিত্যৰ বাবে আজীৱন সেৱা কৰা আদি কবি ভানুভক্ত আচাৰ্যৰ জন্ম-জয়ন্তী বিশ্বৰ বিভিন্ন নেপালী অধ্যুষিত ঠাইৰ লগতে অসমতো আজি ব্যাপক উলাহ-মালহেৰে পালন কৰা হয়৷