107
নগাঁওঃ বানৰ কবলত পৰা নগাঁও জিলাৰ বিভিন্ন ঠাই আজিও জলমগ্ন হৈ আছে৷ নগাঁও সদৰ, ধিং, কলিয়াবৰ আৰু চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৪৯ খন গাঁও বান কবলত পৰি হাহকাৰ কৰব লগা হৈছে৷
বানত জিলাখনৰ ৩৯,৫৯৮ জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে প্ৰায় ২,০০,৩৭৬ হেক্টৰ কৃষিভূমি আৰু মুঠ ১৪,৬৪৯ টা পশুধন আক্ৰান্ত হৈছে।