71
ডিজিটেল ডেস্কঃ সফলতাৰ কোনো সংজ্ঞা নাই। দৰাচলতে সাফল্যও একপ্ৰকাৰৰ যাত্ৰা। কিন্তু এই যাত্ৰাৰ মহত্ত্বৰ উপলব্ধি কৰিব পাৰে কেৱল সফলজনেহে। সফলতাৰ সংজ্ঞা বিচাৰি কোনোজন আকৌ উদভ্ৰান্ত।
সময় বালিত খোজ পেলাই সফলতাৰ সংজ্ঞা নিজৰ ধৰণে লাভ কৰিছে টেনিছ খেলুৱৈ এণ্ডি ৰড্ডিকে। জনাজাত তাৰকাজনে পেলাই দিছে ক্ৰীড়া জীৱনত লাভ কৰা আটাইবোৰ পদক।