62
দলংঘাটঃ দৰং জিলাৰ মঙলদৈত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কেন্দ্ৰ মুকলি। মঙলদৈত এতিয়া কেন্দ্ৰটো আজি মুকলি কৰে সাংসদ ৰমেন ডেকাই।
শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মংঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস আৰু ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া।