98
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰৰ সুৰ সংগম সংগীত বিদ্যালয়ত ১৮ জুলাইৰ পৰা ২৫ জুলাইলৈ সত্ৰীয়া নৃত্য, কথক নৃত্য আৰু শাস্ত্ৰীয় কণ্ঠ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।
গোৰেশ্বৰ ৰামছা স্থিত মেদিনী চৌধুৰী সোঁৱৰণী পুথিভঁৰাল ও প্ৰেক্ষাগৃহত আয়োজিত হ’ব লগা কৰ্মশালাত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।