66
ডিজিটেল ডেস্কঃ ভাৰতত চালকৰ অনুজ্ঞাপত্ৰ থকা দহজনৰ ভিতৰত ছয়জনেই গাড়ী চলোৱাৰ কোনোধৰণৰ পৰীক্ষা নিদিয়াকৈয়ে অনুজ্ঞাপত্ৰ লাভ কৰে। দেশৰ দহখন চহৰত কৰা এক সমীক্ষাত প্ৰকাশ পাইছে এই বিস্ফোৰক তথা চিন্তনীয় তথ্য।
এই সমীক্ষাত আটাইতকৈ বেছি বাহন থকা পাঁচখন চহৰো অন্তৰ্ভুক্ত কৰা হৈছে। গুৱাহাটীত শতকৰা ৬৪ জনেই কোনো পৰীক্ষা নিদিয়াকৈ লাভ কৰে অনুজ্ঞাপত্ৰ।