80
ডিজিটেল ডেস্কঃ কৰ্তব্যৰ সময়ত মোবাইল ফোন ব্যৱহাৰক লৈ বাদানুবাদৰ ফলত ভাৰতীয় সেনাৰ এজন মেজৰৰ প্ৰাণ কাঢ়িলে সৈন্যই।
জম্মু-কাশ্মীৰৰ পাকিস্তান সীমান্তৱৰ্তী বুচাৰ খণ্ডত সংঘটিত হল এই ঘটনা। নিশা সংঘটিত অঘটনৰ পিছত হতবাক হৈ পৰিছে কৰ্তব্যৰত আন জোৱানসকল।