105
ডিজিটেল ডেস্কঃ কালিমা লাগিছে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান আইআইটিত৷ এইবাৰ অধ্যাপকৰ বিৰুদ্ধে যৌন আতিশায্যৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী গৱেষক ছাত্ৰীয়ে৷ আইআইটি ভুৱনেশ্বৰৰ এই ঘটনা৷
ছাত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে অধ্যাপকজনে তেওঁৰ ওপৰত যৌন আতিশায্য চলোৱাৰ উপৰিও তেওঁৰ স্বামীৰ ওপৰতো মানসিক অত্যাচাৰ চলাই আহিছে৷