Home ৰাজ্যগোৰেশ্বৰত বাছ দুৰ্ঘটনাত আহত ৪০, ফোন কৰাৰ পিছতো নাহিল ১০৮

গোৰেশ্বৰত বাছ দুৰ্ঘটনাত আহত ৪০, ফোন কৰাৰ পিছতো নাহিল ১০৮

by News Desk
63 views
A+A-
Reset

গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটীত  আজি দিনৰ প্ৰায় ২.১৫ বজাত এখন যাত্ৰীবাহী বাছ দুর্ঘটনাত পতিত হয়। গুৱাহাটীৰ পৰা গোৰেশ্বৰ  অভিমুখে আহি থকা AS 12E 2614 নম্বৰৰ ববী নামৰ যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বেঙেনাহাটীত এটা খাৱৈত বাগৰি পৰে। দুর্ঘটনাটোত প্ৰায় ৪০ জন যাত্ৰী আহত হয়।

দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে বাছ খনৰ চালকে। ইপিনে দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে যাত্ৰী সকলৰ মাজত হুৱাদুৱা লাগে আৰু ১০৮ নতুবা ১০২ কোনো এম্বুলেঞ্চ সময় মতে আহি নোপোৱাত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। গোৰেশ্বৰ আৰক্ষী, সেনা আৰু ঘটনাস্থলীত উপস্থিত হয় যদিও কোনো এম্বুলেঞ্চই উপস্থিত নহ’ল ঘটনাস্থলীত ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0