103
ডিজিটেল ডেস্কঃ আনন্দত মতলীয়া হৈ নৈৰ বক্ষত ছেলফি উঠাৰ পিছতে কালে হৰি নিলে ৮ ছাত্ৰক। এই ঘটনাৰ স্থান নাগপুৰ। মহাৰাষ্ট্ৰৰ চহৰখনৰ মাজেৰে প্ৰৱাহিত ৱেনা নৈত আজি নৌকা বিহাৰত ব্যস্ত আছিল এটি ছা্ত্ৰ্ৰৰ দল।
তথ্য অনুসৰি কেবাজনো ছাত্ৰই সহপাঠীৰ জন্মদিন উদযাপন কৰিছিল। তদুপলক্ষে তেওঁলোকে ভাৰা কৰে এখন নাও। দীৰ্ঘসময় তেওঁলোকে আনন্দত মতলীয়া হৈ নদীৰ বুকুত ভ্ৰমণ কৰে।