Home ৰাজ্যআঘোণ, সোণগুটি চপোৱাৰ সময়

আঘোণ, সোণগুটি চপোৱাৰ সময়

by News Desk
724 views
A+A-
Reset

ধিংঃ পৰম্পৰা অনুসৰি আঘোণ মাহ সোণগুটি চপোৱাৰ সময়৷ মুৰৰ ঘাম মাটিত পেলাই ৰাজ্য খনৰ কৃষকসকলে পথাৰত কঠীয়া ৰুই সপোন দেখে সোণগুটি চপোৱাৰ৷ অসমীয়া জাতিৰ বাবে আঘোণৰ গুৰুত্ব অপৰিসীম৷ আঘোণৰ পথাৰত গেঁৰ ধৰা ধান পকে। এই সময়ছোৱাত উজনি-নামনিত বিভিন্ন উৎসৱ পালন কৰি আনন্দ উলাহ কৰা দেখা যায় গ্ৰাম্য অঞ্চলৰ লোকসকলে৷ নামনি অসমৰ কোনো ধৰ্মীয় ধৰ্মীয় বিশ্বাসৰ লগত সম্বন্ধ নথকা ‘মহোহো’ উৎসৱ আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি পালন কৰা হয়৷

ঘৰ খনৰ পৰা মহ আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয়। গৃহস্থক নদন-বদন হ’বলৈ আশীৰ্বাদ দিয়ে। এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান কাটিবলৈ আৰম্ভ কৰে। বছৰটোৰ বাৰটা মাহৰ ভিতৰত অন্যতম আঘোণৰ মাদকতা অনেক৷ কৃষকৰ সপোন, প্রকৃতিৰ বিনন্দীয়া সৌন্দৰ্য আৰু হেমন্তৰ হিমে ধুই নিকা নিকা কৰা মাহটোৱেই হ’ল আঘোণ মাহ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0