Home অন্যান্য খবৰশিৱসাগৰক পৰ্যটন নগৰী ঘোষণাৰ দাবীত আহোম জাতীয় গণ মঞ্চৰ অনশন

শিৱসাগৰক পৰ্যটন নগৰী ঘোষণাৰ দাবীত আহোম জাতীয় গণ মঞ্চৰ অনশন

by News Desk
72 views
A+A-
Reset

শিৱসাগৰঃ ৰাজ্যৰ ভিন্ন ভিন্ন প্ৰান্তত থকা ঐতিহাসিক সম্পদ তথা প্ৰাচীন কীৰ্তিচিহ্ন সমূহ বচাই ৰখা ক্ষেত্ৰত চৰকাৰ পদক্ষেপ লোৱাৰ বাবে দল-সংগঠনে তথা সচেতন নাগৰিকে দাবী জনাই অহাৰ সময়তে অাহোম জাতীয় গণ মঞ্চই শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ জিলাৰ মান অভিমান তথা ছশবছৰীয়া অাহোমৰ ৰাজত্ব কালৰ ইতিহাস বিজড়িত প্ৰাচীন কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ তথা বেদখল মুক্ত কৰা আৰু শিৱসাগৰ জিলাক পৰ্যটন ঘোষণাৰ দাবীত এশ ঘণ্টীয়া অনশন কাৰ্যসূচী হাতত লৈছে। 

ৰাজ্যখনৰ প্ৰাচীন কীৰ্তিচিহ্ন তথা ঐতিহাসিক স্থানসমূহৰ বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ তথা মেৰামতিৰ কথা সততে আলোচনা হয় যদিও চৰাকাৰী পক্ষৰপৰা কাৰ্যতঃ বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে আহোম জাতীয় গণ মঞ্চই। কেৱল নিৰ্বাচনৰ পূৰ্বে ঐতিহাসিক সম্পদ সমূহ সংৰক্ষণ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে যদিও সেয়া ফুটুকাৰ ফেন হৈ ৰয় বুলি আক্ষেপ কৰিছে গণ মঞ্চই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0