Home গুৱাহাটীআইআইটি, গুৱাহাটীৰ ২৭ জনীয়া ছাত্ৰৰ দলে নিৰ্মাণ কৰিছে ব্লেক বিউটি টেকিয়ন

আইআইটি, গুৱাহাটীৰ ২৭ জনীয়া ছাত্ৰৰ দলে নিৰ্মাণ কৰিছে ব্লেক বিউটি টেকিয়ন

by webmaster
0 comments
A+A-
Reset
20regAnchor2 (1)

গুৱাহাটীঃ এখন গাড়ীয়ে ব্যাপক চৰ্চা লাভ কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত৷ টেকিয়ন নামৰ এখন দ্ৰুতবেগী গাড়ীয়ে মনোযোগ আকৰ্ষণ কৰিছে সকলোৰে৷ গাড়ীখন আমি দৈনন্দিন দেখাৰ দৰে সাধাৰণ গাড়ী নহয়৷ ৬ ছেকেণ্ডত ৬০ কিলোমিটাৰ ইনষ্টেন্ট পিকআপ ল’ব পাৰে এই বিশেষ বাহনখনে৷  

আইআইটি, গুৱাহাটীৰ ২৭ জনীয়া ছাত্ৰৰ দল এটাই নিৰ্মাণ কৰিছে এই বিশেষ চাৰিচকীয়া বাহনখন। ২০১৫ বৰ্ষৰ অক্টোবৰ মাহত দলটোৱে গাড়ীখন নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু ২০১৬ ৰ জানুৱাৰীত নিৰ্মাণৰ কাম শেষ হৈছিল৷ এই ৰেচিং গাড়ীখন ৬০০ চিচি পেট্ৰল ইঞ্জিনযুক্ত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0