Home ৰাজ্যকাকপথাৰত যুৱ-ছাত্ৰ পৰিষদৰ ৩৬ ঘন্টীয়া অনশন

কাকপথাৰত যুৱ-ছাত্ৰ পৰিষদৰ ৩৬ ঘন্টীয়া অনশন

by News Desk
87 views
A+A-
Reset

কাকপথাৰঃ কাকপথাৰৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অব্যাহত আছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী। কালি পুৱা ৬ বজাৰপৰা কাকপথাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চৌহদত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল সংগঠনটোৱে। 

মূলতঃ কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন ৩০ খন বিচনাযুক্ত কৰা আৰু ডিৰাক চুমনি বান্ধৰ স্থায়ী সমাধানৰ দাবীতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সংগঠনটোৱে। কাৰ্যসূচীৰ শেষত আজি বিয়িলৰ ভাগত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0