76
মঙলদৈঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন দৰং জিলা সমিতিয়ে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা শিক্ষা বোৰ্ড আৰু মাদ্ৰাছা সঞ্চালকালয়ক ছেবাৰ লগত চামিল কৰাৰ প্ৰস্তাৱক বিৰোধিতা কৰি মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰিলে মঙলদৈত।
আমচুৰ অভিযোগ, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িকতাৰ পক্ষত অৱস্থান গ্ৰহণ কৰাৰ পিছত মুছলমান বিৰোধী সিদ্ধান্তৰে এতিয়া মাদ্ৰাছাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷