58
গোৱালপাৰাঃ অমৰনাথ যাত্ৰীৰ ওপৰত যোৱা ১০ জুলাইত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ গোৱালপাৰা জিলা সমিতিয়ে।
নিহত তীৰ্থযাত্ৰীৰ আত্মাৰ সদগতি কামনা কৰি আমছুৰ গোৱালপাৰা জিলা সমিতিয়ে চহৰৰ যান-বাহন আৰক্ষীৰ নিয়ন্ত্ৰণ কাৰ্যালয়ৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে৷