8
নতুন দিল্লীঃ বৰ্তমানে খুব চৰ্চিত বিশ্বকাপৰ কেইটামান দৃশ্যই সকলোতে বিয়পি পৰিছে৷ বয়সেও যেন তেওঁক বাধা দিব নোৱাৰে খেল চোৱাৰপৰা৷
বিশ্বকাপত ভাৰত–বাংলাদেশৰ মেচত বিৰাট কোহলীৰ দলে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ যি আনন্দ সেই আনন্দক স্বতঃস্ফূৰ্ত ৰূপত তুলি ধৰিছে এগৰাকী বয়োবৃদ্ধাৰ ক্ৰিকেট প্ৰেমীয়ে।