69
মুক্তাপুৰঃ দৰঙৰ বেচিমাৰী শিকাৰীআলিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। থিতাতে নিহত হয় জুলিয়া খাতুন নামৰ এগৰাকী মহিলা।
সেনাবাহিনীৰ গাড়ী এখনে নাম্বাৰবিহীন এখন যাত্ৰীবাহী অটোভানক মহতিয়াই নিয়াৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।