গুৱাহাটীঃ 'ফনি’ক লৈ তৎপৰ মহানগৰ প্ৰশাসন। ব্ৰহ্মপুত্ৰ ওপৰৰে চলা উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী সকলো ফেৰী-জাহাজৰ বাতিল কৰা হৈছে। 

ইয়াৰ পৰিৱৰ্তে মহনগৰ প্ৰশাসনে উত্তৰ গুৱাহাটীৰপৰা আতিৰিক্ত ৬ খন বাছ চলাচলৰ ব্যৱস্থা কৰিছে।  

সাম্ভাব্য যি কোনো পৰিস্থিতিব মোকাবিলা কৰিবৰ বাবে লতাশিল খেলপথৰখন emergency ground হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।

আজি এই কথা সংবাদ মাধ্যমৰ আগত জনায় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে।