Home অন্যান্য খবৰগোৰেশ্বৰত ষ্টেট বেংকৰ এটিএমৰ কদৰ্য ৰূপ

গোৰেশ্বৰত ষ্টেট বেংকৰ এটিএমৰ কদৰ্য ৰূপ

by News Desk
46 views
A+A-
Reset

গোৰেশ্বৰঃ স্বচ্ছ ভাৰত অভিযান সমগ্ৰ দেশতে জোৰদাৰ চলি আছে যদিও বাগসা জিলাৰ গোৰেশ্বৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাটোক যেন এই অভিযানে স্পৰ্শ কৰিব পৰা নাই। চৰকাৰী প্ৰতিটো বিভাগৰ লগতে দেশৰ চুকে-কোণে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে পৰিস্কাৰ-পৰিচন্নতাক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে যদিও এনে কথা বতৰাৰ যেন কোনো প্ৰভাৱেই পৰা নাই গোৰেশ্বৰস্থিত ষ্টেট বেংকৰ এটিএমত।

বেংকটোৰ চৌহদৰ ভিতৰতে থকা এটিএমবোৰৰ কদৰ্য ৰূপৰ বাবে গ্ৰাহকে নাক কোঁচাবলগীয়া হৈছে। প্ৰায়ে এটিএমবোৰৰ ভিতৰত লেতেৰা-অপৰিস্কাৰ পৰিৱেশ দেখা গৈছে গোৰেশ্বৰত। কেতিয়াবা ভিতৰত যদি জাবৰ-জোথঁৰৰ দম দেখা যায়, কেতিয়াবা আকৌ গৰু-ছাগলীৰ বিষ্ঠাৰে ভৰি থাকে মজিয়া।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0