113
বিজনীঃ চিৰাঙৰ বিজনীত দেওবাৰে পুৱাই সংঘটিত হয় এক পথ দূৰ্ঘটনা ৷ বিজনীৰ নিকটৱৰ্তী ভেটাগাঁও ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয়ৰ সমীপত পুৱা ৬ বজাত সংঘটিত হয় এই দূৰ্ঘটনাটো।
আনন্দবজাৰৰ এছএছ বি কেম্পত নিশা বিল্ডিঙৰ ধালাইৰ কাম সামৰি উভতাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে শ্ৰমিক ভৰ্তি টাটা মোবাইল গাড়ী এখন।