বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথৰ পাভৈ পথৰ লেহুগাঁৱৰ সমীপত AS 01 DL 1818 নম্বৰৰ স্কৰপিঅ’ আৰু AS 12 N 1960 নম্বৰৰ মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত বাইক আৰোহী দুয়োজনৰ মৃত্যু হয়। মৃত ব্যক্তি দুজন বিশ্বনাথৰ বালিচাঙৰ ধন পাগাগ আৰু গম্বৰ বসুমতাৰী বুলি জানিব পৰা গৈছে।