ব্ৰিটেইনৰ সাহায্যৰ ধন মূৰ্তি নিৰ্মাণত ব্যৱহাৰ Nonsense কাম

Home দেশব্ৰিটেইনৰ সাহায্যৰ ধন মূৰ্তি নিৰ্মাণত ব্যৱহাৰ Nonsense কাম

ব্ৰিটেইনৰ সাহায্যৰ ধন মূৰ্তি নিৰ্মাণত ব্যৱহাৰ Nonsense কাম

by News Desk
117 views
A+A-
Reset

লণ্ডনঃ বিশ্বৰ সৰ্বোচ্চ ‘একতাৰ মূৰ্তি’ উন্মোচনৰ পাছত জাঙুৰ খাই উঠিছে ব্ৰিটেইনৰ এজন সাংসদ৷ তেওঁৰ মতে তেওঁৰ দেশে ভাৰতত মহিলাৰ অধিকাৰ উন্নত কৰা, সৌৰ শক্তিৰ ব্যৱহাৰ জনপ্ৰিয় কৰাকে ধৰি কাৰ্বনৰ নিম্ন নিৰ্গমন পৰিবহন ব্যৱস্থা উন্নত কৰিবৰ বাবে ১ বিলিয়ন পাউণ্ড (ভাৰতীয় মুদ্ৰাত ১ লাখ ১১ হাজাৰ কোটি টকা)ৰ অৰ্থ সাহায্য প্ৰদান কৰিছিল৷ এই ধনৰাশিৰ ৩৩০ নিযুত পাউণ্ড ভাৰত চৰকাৰে চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তি নিৰ্মাণত ব্যৱহাৰ কৰিলে৷ 

ব্ৰিটেইনৰ কৰদাতা জনতাৰ ধনৰ এনে দুৰ্ব্যৱহাৰত টৰী এম পি পিটাৰ বন নামৰ সাংসদজনে ভাৰত চৰকাৰক ভৰ্ৎসনা কৰি কয় যে দেশখনে ভাৰতক আৰু অধিক সাহায্য দিয়াটো বন্ধ কৰিব লাগে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0