120
কাজিৰঙাঃ সাংসদ গৌৰৱ গগৈৰ চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য৷ শিলাদিত্য দেৱৰ বিৰ্তকিত মন্তব্যসমূহত বৰ্তমানৰ চৰকাৰখনো জড়িত আছে বুলি তেওঁ অভিযোগ কৰে৷
সোমবাৰে কাজিৰঙালৈ যোৱা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসমক অশান্ত কৰাৰ ষড়যন্ত্ আৰ এছ এছৰ নাগপুৰস্থিত মুখ্য কাৰ্যালয়ত হৈছে৷