Home অন্যান্য খবৰঅসম আৰক্ষীৰ ৬ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম আৰক্ষীৰ ৬ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

by News Desk
85 views
A+A-
Reset

News Next one , ২৯ জুলাই , বিশ্বনাথ চাৰিআলি ,
বিশ্বনাথ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অসম- মিজোৰামৰ সীমান্তত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ দলে কৰা বৰ্বৰ আক্ৰমনত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ ৬ বীৰ জোৱানলৈ আজি শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

শ্বহীদ সকলৰ আত্মাৰ সদগতিৰ কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনাই পুষ্পাঞ্জলি অৰ্পণ কৰা হয় । অনুষ্ঠানত বিশ্বনাথ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি দিলীপ বৰুৱাৰ নেতৃত্বত দলীয় সতীৰ্থ তথা জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকলৰ , উপৰিও সাকোমঠা ব্লক কংগ্ৰেছৰ সভাপতি ৰাম প্ৰসাদ বাগকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ ভাতৃ- ভগ্নী সংগঠনৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0