Home অন্যান্য খবৰবোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ, পত্নীসহ গাঁওবুঢ়াক আটক

বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ, পত্নীসহ গাঁওবুঢ়াক আটক

by News Desk
75 views
A+A-
Reset

বোকাজানঃ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে আহ্বান জনোৱা সমগ্ৰ দেশ লকডাউনৰ সময়ত ৰাজ্যৰ স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰিছে। বিভিন্ন বিভাগৰ লগতে অসম আৰক্ষীয়েও কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালনেৰে দিন-ৰাতি একাকাৰ কৰি এই ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰস্তুতি তথা সতৰ্কতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে নিজ কৰ্তব্য আৰু দায়িত্ব সুচাৰুৰূপে পালন কৰি অহা পৰিলক্ষিত হৈছে।

কৰ’না যুঁজৰ এই স্পৰ্শকাতৰ আৰু জটিল সময়চোৱাত ৰাইজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন তথা সেৱা আগবঢ়াই অহা অসম আৰক্ষীৰ বিভিন্ন স্তৰৰ বিষয়া-কৰ্মচাৰী-জোৱানসকল কিন্তু প্ৰকৃততে প্ৰশংসাৰ পাত্ৰ। দিনৰ প্ৰায় ২৪ ঘণ্টাই ব্যস্ত থাকিব লগা হোৱা আৰক্ষী বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী-জোৱানসকলৰ মান-সন্মান আৰু কষ্টক ধূলিস্যাৎ কৰি আজি নিজ কৰ্তব্য পালন কৰি থকা সময়ত এগৰাকী আৰক্ষী বিষয়াক এজন উদণ্ড যুৱকে প্ৰহাৰ কৰা ঘটনাই বোকাজানত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0