112
গুৱাহাটীঃ চীনা সামগ্ৰীয়ে অসমৰ থলুৱা বজাৰখনত প্ৰভাৱ পেলোৱাৰ উপৰিও শাৰিৰীকভাৱে অত্যন্ত ক্ষতিকাৰক বুলি চৰ্চিত হৈ অহাৰ সময়তে মঙলবাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ সচেতন মহলে।
শুৱালকুছিৰ পাটমুগা, সৰ্থেবাৰীৰ কাহ পিতলৰ উদ্যোগ বৰপেটাৰ অাটচবাজিকে অাদিকৰি থলুৱা উদ্যোগসমূহক মাধমাৰ শোধাই ৰাজ্যৰ বজাৰত চীনা সামগ্ৰীৰ দপদপনিৰ পৰিপ্ৰেক্ষিতত ৰাইজক সচেতন আৰু সজাগ কৰাৰ প্ৰয়াসেৰে আৰম্ভ কৰা হৈছে স্বদেশী জাগৰণ অভিযান।