Home ৰাজ্য২০১৮তো ছীল নহয় ভাৰত-বাংলাদেশ সীমান্ত!

২০১৮তো ছীল নহয় ভাৰত-বাংলাদেশ সীমান্ত!

by News Desk
80 views
A+A-
Reset

গুৱাহাটীঃ ভাৰত-বাংলাদেশ সীমান্তৰ অসম্পূৰ্ণ কাঁটা তাঁৰৰ বেৰ নিৰ্মাণৰ নামত কেন্দ্ৰই অসমবাসীক পুনৰ প্ৰতাৰণা কৰা বুলি চৰ্চিত হৈছে। লক্ষ্যণীয় যে এই বছৰৰ জুনৰ ভিতৰতে ভাৰত-বাংলাদেশ সীমান্তৰ অসম্পূৰ্ণ কাটা তাঁৰৰ বেৰ সম্পূৰ্ণ কৰা হ’ব বুলি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ঘোষণা কৰিছিল যদিও মূৰকত হোহকা পিছলা কৰে।

অলপতে অনুষ্ঠিত ত্ৰি-পাক্ষিক বৈঠকত কেন্দ্ৰই সীমান্ত ছীল কৰিবলৈ পুনৰ এবছৰৰ সময় লয়। বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আশ্বাস দিয়া হয় যে ২০১৮ৰ ডিচেম্বৰৰ ভিতৰতহে সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰা হ’ব। কিন্তু কেন্দ্ৰই এইদৰে পুনঃ পুনঃ সময় লৈ থকাক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে। বিভিন্ন পক্ষই ইয়াকে লৈ কেন্দ্ৰৰ অভিপ্ৰায় সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিবলৈ লৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0