Home অন্যান্য খবৰColors টিভিৰ ধাৰাবাহিকত অসমৰ অভিনেত্ৰী সুৰভী দাস

Colors টিভিৰ ধাৰাবাহিকত অসমৰ অভিনেত্ৰী সুৰভী দাস

by News Desk
83 views
A+A-
Reset

বহুলভাৱে প্ৰচাৰিত ৰাষ্ট্ৰীয় চেনেল “কালাৰ্ছ” টিভিৰ এখন ধাৰাবাহিকত সোনকালে দেখিবলৈ পাব অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুৰভী দাসক। ভাৰতৰ উত্তৰ–পূৰ্বাঞ্চলৰ যুৱতীৰ কাহিনীৰ ওপৰত আধাৰিত এই ধাৰাবাহিকখনত সুৰভীয়ে অভিনয় কৰিব বুলি গম পোৱা গৈছে। ধাৰাবাহিকখনৰ নাম ‘নিমা ডেনজংপা’।
সুৰভী দাস অসমৰ ধাৰাবাহিকৰ এটি চিনাকি নাম। নিজৰ সুন্দৰ অভিনয় প্ৰতিভাৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে সুৰভিয়ে।

এই খবৰ সামাজিক মাধ্যম ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে – “সপোন বোৰ দেখিছিলো কেতিয়াবা সঁচা হব বুলি, কিন্তু এনেকৈ যে ভগৱানে উপহাৰ দিব ভবাই নাছিলোঁ। শুনিছিলো কিবা এটা বস্তু মনৰ পৰা বিচাৰিলে তাক পোৱা যায় আজি অনুভৱ কৰিছো। মৰম আৰু আশীৰ্বাদ কৰিব সদায় চেষ্টা কৰি যাম।”

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0