56
গুৱাহাটীঃ আজি এক নতুন নিৰ্দেশনা যোগে অসম চৰকাৰে দিনৰ ১১ বজাতেই সকলো ধৰনৰ ব্যৱসায় প্ৰতিস্থান আদি বন্ধ ৰখাৰ কথা ঘোষণা কৰাৰ লগতে দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হোৱাৰ কথা ঘোষণা কৰে৷ উল্লেখযোগ্য যে ৰাজ্যৰ সকলো জিলাতেই এই নিয়ম প্ৰযোজ্য হব৷