164
লংকাঃ লংকাৰ লালুংডুবিত অবৈধ ভাৱে বিক্ৰী কৰিব নিয়া গৰু সহ এটা গৰু সৰবৰাহকাৰী আটক। অভিযুক্ত সৰবৰাহকাৰী জন নজিৰ উদ্দিন।
এখন মিনি ট্ৰাকসহ চাৰিটা গৰু চোৰাং ভাৱে বিক্ৰী কৰিবলৈ নিয়া অৱস্থাত উদ্ধাৰ স্থানীয় লোকৰ। নজিৰৰ বিৰুদ্ধে বহুদিন ধৰি গৰুৰ চোৰাং ব্যবসায় চলাই অহাৰ অভিযোগ স্থানীয় লোকৰ।