আক্ৰাছুৰ ২৪ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

Home অন্যান্য খবৰআক্ৰাছুৰ ২৪ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

আক্ৰাছুৰ ২৪ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

by News Desk
57 views
A+A-
Reset

ডিজিটেল ৰিপৰ্টঃ পৃথক কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰ আৰু কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবীত আক্ৰাছুৱে আহ্বান দিয়া ২৪ ঘণ্টাীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত দেখা গৈছে। তাৰেই এক প্ৰতিবেদনঃ

গোসাইগাওঁঃ পৃথক কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰ আৰু কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবীত আক্ৰাছুৱে আহ্বান দিয়া ২৪ ঘণ্টাীয়া অসম বন্ধৰ সময়ত গোসাঁইগাঁৱত হিংসাত্মক ঘটনা সংঘটিত হৈছে। একাংশ বন্ধৰ সমৰ্থকে গোসাঁইগাঁও মহকুমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভদেয়াগুৰিত MH-43-Y-6067 নম্বৰৰ এখন ট্ৰাকত অগ্নি সংযোগ কৰে। ফলত ট্ৰাকখন প্ৰায় সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।ইয়াৰ উপৰি আজিৰ বন্ধৰ ফলত গোসাঁইগাঁও মহকুমাৰ সকলো হাট বজাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠাকে ধৰি সকলো পথত যান-বাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাত মহকুমাখনৰ স্বাভাৱিক জনজীৱন সম্পূৰ্ণ ৰূপে ব্যাহত হৈছে।ইয়াৰ উপৰি আন্তঃৰাজ্যিক তালাচী চকী শ্ৰীৰামপুৰত বহুতো মালবাহী ট্ৰাকৰ লগতে বহুতো যাত্ৰীবাহী বাহন আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0