111
দৰংঃ বিশ্বায়নৰ যুগত ভাৰতক এখোজ আগুৱাই ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল কাৰ্য্যসূচীৰ অংশ হিচাপে ভাৰতৰ পিছপৰা অঞ্চল সমূহক বিভিন্ন ডিজিটেল সেৱাৰ জৰিয়তে উন্নত কৰাৰ লক্ষ্য বান্ধি লৈছে। কেন্দ্ৰীয় চৰকাৰে দৰং জিলাৰ ভিতৰত পিছপৰা গাঁৱৰ তালিকাৰ শীৰ্ষত থকা ১/২ নং বৰুৱাঝাৰ গাঁৱক বাচনি কৰি ইতিমধ্যে কিছুমান আঁচনি হাতত লৈছে।
