81
লিডুঃ নিজৰ পুত্ৰৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী মাতৃয়ে৷ ঘটনাটোত সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ ডিগবৈত৷
পাখণ্ড পুত্ৰ ধৰত্ৰী মুড়াই নিশা মদাসক্ত হৈ হত্যা কৰিলে নিজৰেই মাতৃ মাজলি মুড়াক৷ এখন পীৰাৰে মৰিয়াই হত্যা কৰিলে নিজ মাতৃক৷ মাজ নিশা সংঘটিত এই হত্যাকাণ্ডই এতিয়া এলেকাটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷