Home অন্যান্য খবৰডিফু আই টি আই আঞ্চলিক সমিতি গঠন আছুৰ

ডিফু আই টি আই আঞ্চলিক সমিতি গঠন আছুৰ

by News Desk
115 views
A+A-
Reset

ডিফুঃ সদৌ অসম ছাত্ৰ সন্থাৰ ডিফু আঞ্চলিক সমিতিৰ আই টি আই শাখা সমিতিখন শুকুৰবাৰে গঠন কৰা হয়৷ আছুৰ ডিফু আঞ্চলিক সমিতিৰ সভাপতি শ্যামন্ত গগৈ আৰু সাধাৰণ সম্পাদক সৰ্জোন হাঞ্চে উপস্থিত থকা সভাখনত জিৰচং লেকথেক সভাপতি, দেবাশীষ দাসক উপ-সভাপতি, কৌশিক কলিতাক সম্পাদক, জ্যোতিপৱন হাতীবৰুৱাক সহকাৰী সম্পাদক, ৰূপলিন তিমুঙপীক শিক্ষা সম্পাদিকা, কবতা মেছতে সাংস্কৃতিক সম্পাদিকা, বিট্টেল বাৰ্জুক সাংগঠনিক সম্পাদক আৰু ১৬ জনীয়া কাৰ্যকৰী সদস্যক লৈ এখনি শক্তিশালী সমিতি গঠন কৰি দিয়ে৷ 

নৱগঠিত আছুৰ ডিফু আই টি আই শাখা সমিতিয়ে কাৰিকৰী শিক্ষানুষ্ঠানখনৰ পৰিৱৰ্তন আৰু বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে সংকল্পবদ্ধ হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0