Home দেশমূকবধিৰ কিশোৰীক বাছত তুলি নি ধৰ্ষণ চালকৰ

মূকবধিৰ কিশোৰীক বাছত তুলি নি ধৰ্ষণ চালকৰ

by News Desk
99 views
A+A-
Reset

ডিজিটেল ডেস্কঃ  দেশত নাৰী মুঠেও সুৰক্ষিত নহয়৷ দেশত প্ৰতিদিনে নাৰীৰ ওপৰত সংঘটিত হৈ অহা যৌন নিৰ্যাতনৰ ঘটনাই ইয়াকে প্ৰমাণ কৰে যে নাৰী কতো সুৰক্ষিত নহয়৷ ইয়াৰ মাজতে দেশৰ সংবাদ মাধ্যমত প্ৰকাশিত এটি খবৰে চিন্তিত কৰি তুলিছে দেশৰ সচেন নাগৰিকক৷

ব্যক্তিগত খণ্ডৰ পৰ্যটনৰ এখন বাছৰ ভিতৰত এগৰাকী মূকবধিৰ কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত৷ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত পৰ্যটন বিভাগৰ বাছত সংঘটিত হয় এই ঘটনা৷ ৩০ ডিচেম্বৰত সংঘটিত এই ঘটনা বহু পলমকৈ পোহৰলৈ আহে যদিও পৰিয়ালৰ লোকে ইতিমধ্যে এজাহাৰ দাখিল কৰে ঘটনা সন্দৰ্ভত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0