Home স্বাস্থ্যকোনবোৰ ঔষধ ভেজাল? কোনে কেনেকৈ বজাৰত মেলি দিয়ে ভেজাল ঔষধ?

কোনবোৰ ঔষধ ভেজাল? কোনে কেনেকৈ বজাৰত মেলি দিয়ে ভেজাল ঔষধ?

by News Desk
A+A-
Reset
Medicine nno

চিডিএছচিঅ’ অৰ্থাৎ কেন্দ্ৰীয় ঔষধ মানদণ্ড নিয়ন্ত্ৰণ সংস্থাই ঔষধক লৈ প্ৰকাশ কৰা তেওঁলোকৰ মাহেকীয়া প্ৰতিবেদনৰ পিছতে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কেইবাবিধো ঔষধক লৈ বৃদ্ধি পাইছে উদ্বেগ। চিডিএছচিঅ’ৰ শেহতীয়া প্ৰতিবেদনত এনে ৪৮ বিধ ঔষধৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে, যিয়ে নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰা নাই। কিন্তু ইয়াৰ পিছতো বজাৰত ৰোগীৰ বাবে উপলব্ধ হোৱা এনে ঔষধসমূহৰ সেৱনৰ পিছত কেনেধৰণৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে ৰোগী আৰু সচেতন মহল। মন কৰিবলগীয়া যে, এই তালিকাত সাধাৰণতে ব্যৱহৃত পেৰাচিটামল, পান-ডি, আৰু গ্লাইচিমেট এছ আৰ ৫০০ আদি ঔষধো অন্তৰ্ভুক্ত কৰা হৈছে। 

উল্লেখ্য যে, প্ৰতিমাহে চিডিএছচিঅ’ই নিৰ্ধাৰিত মানদণ্ড পূৰণ নকৰা ঔষধৰ তালিকা প্ৰকাশ কৰে। আগষ্ট মাহৰ বাবে তালিকাত ৪৮ বিধ ঔষধ অন্তৰ্ভুক্ত কৰা হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই প্ৰতিবেদনৰ জৰিয়তে মানদণ্ডৰ তলৰ বুলি উল্লেখ কৰা অধিকাংশ ঔষধেই ব্যৱহাৰ কৰে সাধাৰণ মানুহে। কৰ্ণাটক এন্টিবায়টিক এণ্ড ফাৰ্মাচিউটিকেলছৰ দ্বাৰা প্ৰস্তুত কৰা পেৰাচিটামল আই পি ৫০০ এমজি হওক বা আলকেম হেল্থ ছায়েন্সে প্ৰস্তুত কৰা পান-ডি টেবলেট হওক, সাধাৰণভাৱে ব্যৱহাৰ কৰা হয় এনেবোৰ ঔষধ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0