80
বঢ়মপুৰঃ চামগুৰিৰ পুৰণিগুদামৰ ৰাজপথত গাড়ী চালকৰ দুৰ্বাদল সংঘৰ্ষ। নগাঁৱৰ পৰা তেজপুৰ অভিমুখী এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী এখন ট্ৰাকৰ মাজত হোৱা দূৰ্ঘটনাক কেন্দ্ৰ কৰি মাৰপিটৰ সুত্ৰপাত হয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰতে।
ৰাজপথচোৱাত বিয়লি সংঘটিত এই সংঘৰ্ষৰ ফলত আহত হয় দুয়োজন চালক। উল্লেখ্য যে সেই সময়তে নগাওঁ জিলা আৰক্ষী অধীক্ষক গৰাকীও উপস্থিত হৈছিল আৰু তেওঁৰ সন্মুখতে ঘটিল এই সমগ্ৰ কাণ্ড।