55
নগাঁও টাউনঃ ৰাজ্যৰ কেইবা খনো জিলা বানৰ কবলত পৰি হাহাকাৰ কৰি আছে। ৰাজ্য চৰাকৰে বানপীড়িতক পৰ্যাপ্ত সাহায্য দিয়াত বিফল হোৱা বুলি অভিযোগ উত্থাপিত হেয়৷
ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে বানাক্ৰান্তক সহায় কৰিবলৈ ওলাই আহে৷ তাৰ মাজতে নগাঁও জিলাৰ বিনামূলীয়া আইন সাহায্য কেন্দ্ৰৰ অৰ্ধআইনী স্বেচ্ছাসেৱক সকলে বানাক্ৰান্ত সহায় কৰিবলৈ ওলাই আহে।