Home গুৱাহাটীমহানগৰীত ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা বিজেপি নেতাৰ

মহানগৰীত ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা বিজেপি নেতাৰ

by News Desk
54 views
A+A-
Reset

গুৱাহাটীঃ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত যিদৰে একাংশ কংগ্ৰেছীয়ে ওভতগোৰে নাচিছিল ঠিক তেনেদৰে এতিয়া পৰিৱৰ্তন চৰকাৰৰ দিনত ওভতগোৰে নাচিবলৈ আৰম্ভ কৰিছে বিজেপিৰ একাংশ নেতা-পালিনেতাই। দিনদিয়েকপূৰ্বে তিনিচুকীয়া আৰু নগাঁৱত দুজনকৈ বিজেপি নেতাই উদ্ভণ্ডালি প্ৰদৰ্শন কৰাৰ পিছত এইবাৰ মহানগৰীতো দলটোৰ এজন নেতাই দাদাগিৰি দেখুওৱাৰ কথা পোহৰলৈ আহিছে।

মহানগৰীত ফুট গধূলিতে বন্দুক প্ৰদৰ্শনৰে লোকক ভীতিগ্ৰস্ত কৰা এই বিজেপি নেতাজন হৈছে আব্দুল মান্নান ফাৰুক। জি এম ডি এৰ ডেপুটি কমিছনাৰ তথা বিজেপি দলৰ এজন আগশাৰীৰ নেতা মান্নানে সোমবাৰে সন্ধিয়াৰ ভাগত চাজিদ আলম চৌধুৰী নামৰ এজন ব্যৱসায়ীক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0