Home ক্ৰীড়া১৩ বছৰ অনুৰ্ধ্ব সুজিত নাৰ্জাৰী ফুটবলত খিতাপ অৰ্জন ডিব্ৰুগড় দলৰ

১৩ বছৰ অনুৰ্ধ্ব সুজিত নাৰ্জাৰী ফুটবলত খিতাপ অৰ্জন ডিব্ৰুগড় দলৰ

by News Desk
134 views
A+A-
Reset

চৰাইদেউঃ অসম ফুটবল সন্থাৰ সৌজন্যত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ১২ ছেপ্তেম্বৰৰ পৰা চৰাইদেউ জিলাৰ সদৰ সোণাৰি, মাইবেলা আৰু মৰাণত অনুষ্ঠিত হৈ থকা দহ সংখ্যক ১৩ বছৰ অনুৰ্ধ্ব সদৌ অসম আন্তঃজিলা সুজিত নাৰ্জাৰী ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি ডিব্ৰুগড়ৰ দলটোৱে চূড়ান্ত বিজয়ী দলৰ সন্মান লাভ কৰে৷

ডিব্ৰুগড় দলৰ হৈ খেলৰ প্ৰথম ষোল্ল মিনিটত ৰাহুল গগৈয়ে বিজয়সূচক গ’লটো দিয়ে৷ ক্ৰীড়া পেঞ্চনাৰ বিনন্দ মহন আৰু অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্তই খেলুৱৈসকলৰ লগত চিনাকি হোৱাৰ পাছতে অনুষ্ঠিত খেলখনত পৰিচালক ৰূপজ্যোতি মহনক পৰিচালনাত সহায় কৰে অনিল শইকীয়া, পৰিমল বুঢ়াগোহাঁই আৰু কপিল চেতিয়াই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0