Home ৰাজ্যৰেকিবুদ্দিনৰ সমষ্টিলে নাহিল হিমন্ত, গৰৈমাৰিত মন্ত্ৰী অতুল-পীয়ুষে কৰিলে আধাৰশিলা স্থাপন

ৰেকিবুদ্দিনৰ সমষ্টিলে নাহিল হিমন্ত, গৰৈমাৰিত মন্ত্ৰী অতুল-পীয়ুষে কৰিলে আধাৰশিলা স্থাপন

by News Desk
52 views
A+A-
Reset

গৰৈমাৰিঃ দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিৰ গৰৈমাৰীত মঙলবাৰ ৰাজ্যৰ কৃষি মন্ত্ৰী মন্ত্ৰী অতুল বৰা আৰু নৱ নিযুক্ত মন্ত্ৰী পীয়ুষ হাজৰিকাই কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰে৷ সমষ্টিৰ প্ৰাক্তন বিধায়ক, অগপ নেতা তথা খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অধ্যক্ষ ডা০ কমলা কলিতাৰ উপস্থিতিত আঁচনি সমূহ আধাৰশিলা স্থাপন কৰে৷

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যসূচীত উপস্থিত থকাৰ কথা আছিল যদিও অৱশেষত উপস্থিত হোৱা দেখা ন’গল৷ চৰকাৰী এমএছডিপিৰ দ্বাদশ পৰিকল্পনাৰ পুজিৰে আলিকাষ ৰাজ্যিক চিকিৎসালয়, গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহ, গৰৈমাৰী বজাৰ গৃহৰ লগতে গৰৈমাৰী টাউন ক্লাৱৰ দৰ্শকৰ গেলাৰী আধাৰশিলা স্থাপন কৰে দুয়ো মন্ত্ৰীয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0