Home অন্যান্য খবৰঅসমীয়া যুৱকৰ প্ৰসংক্ষনীয় উদ্যোগ ‘‘সুৰুযমুখী কোম্পানী’’

অসমীয়া যুৱকৰ প্ৰসংক্ষনীয় উদ্যোগ ‘‘সুৰুযমুখী কোম্পানী’’

by News Desk
81 views
A+A-
Reset

গোলাঘাটঃ যি সময়ত অসমৰ যুৱক-যুৱতীসকলে ৰাজ্যৰ বাহিৰত ৩-৪ হাজাৰ টকাৰ বিনিময়ত আলধৰা লগুৱা হ’বলৈ প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰিছে ঠিক তেনে সময়তে গোলাঘাটৰ যুৱক লোকেন তামুলীয়ে অসমীয়া যুৱক-যুৱতী সকলৰ বাবে এক আদৰ্শ হৈ জিলিকি উঠিছে আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে৷ লোকেন তামুলীৰ এটা গ্ৰুপ আছে সূৰুযমুখী ৷ এই সুৰুযমুখীৰ জৰিয়তে লৈ তেওঁ ৰাইজৰ প্ৰয়োজন অনুসৰি বিভিন্ন সেৱা আগবঢ়োৱাৰ উপৰিও নিবনুৱা সকলক সংস্থাপন দিবলৈ সক্ষম হৈছে।

সম্পুৰ্ন পেছাদাৰী ভাৱে লোকেন তামুলীৰ সুৰুযমুখীৰ কোম্পানীয়ে যিকোনো গ্ৰাহকৰ প্ৰায় দৰকাৰ হোৱা সকলোবিলাক কাম-কাজেই অতি কম খৰছত আৰু সহজতে কৰিব পৰা ব্যৱস্থা কৰি দিয়ে৷ গ্ৰাহকক দৰকাৰ হোৱা ঘৰ চাফা কৰাৰ পৰা আৰম্ভ কৰি পানীৰ পাইপ ফিটিং কৰা, বিজুলীৰ কাম বা ঘৰ এখনত দৰকাৰ হোৱা যিকোনো কামৰ বাবেই উপযুক্ত  প্ৰশিক্ষিত মানুহৰ যোগান ধৰে এই কোম্পানীটোৱে৷ খুমটাইৰ অসমীয়া ডেকা ল’ৰা লোকেন তামুলীয়ে মাত্ৰ ২৩ বছৰ বয়সতে সূৰুযমুখী  নামেৰে এটা ব্যতিক্ৰমী কোম্পানী প্ৰতিষ্ঠা কৰি সমগ্ৰ গোলাঘাট জিলাতে চমক দিবলৈ  সক্ষম হৈছে ৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0