111
বিজনীঃ বি টি এ ডিৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে এক আশাৰ বতৰা। চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ৰ খেলপথাৰত আজিৰ পৰা দহদিনীয়াকৈ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আৰম্ভ হৈছে এক প্ৰশিক্ষণ শিবিৰৰ।
বিজনী জিলা যুৱ বি পি এফৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত শিবিৰটো আজি পুৱা আনুষ্ঠানিকতাৰে উদ্বোধন কৰে বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীয়ে।