107
নতুন দিল্লীঃ গান্ধীজীৰ গৃহ ৰাজ্য গুজৰাটত এতিয়া আৰু তেওঁৰ আদৰ্শৰ বিষয়ে কোনেও নুশুনে। আহমেদাবাদ বিশ্ববিদ্যালয়ে গান্ধীজী সন্দৰ্ভত আয়োজন কৰা এক নুষ্ঠানত অংশ নলয় বিশিষ্ট ইতিহাসবিদ ৰামচন্দ্ৰ গুহই।
আৰ এছ এছৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গুহৰ আমন্ত্ৰণৰ বিৰোধিতা কৰি অনুষ্ঠানটো বাতিলৰ দাবী জনাই আছে।