15
Jul
2019

অসীম ডেকা, গুৱাহাটীঃ বানৰ বাবে কটন বিশ্ব বিদ্যালয়ৰ স্নাতকোত্তৰ নামভৰ্তি স্থগিত কৰা হৈছে।
ৰাজ্যত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰন কৰাৰ বাবে কটন বিশ্ববিদ্যালয় প্ৰশাসনে ১৭ জুলাইত হ’বলগীয়া বিজ্ঞান আৰু কলা শাখাৰ নাম ভৰ্তি সাময়িকভাৱে স্থগিত ৰাগিছে।
শীঘ্ৰেই পৰৱৰ্তি সময়ত নাম ভৰ্তিৰ নতুন দিন ঘোষনা কৰা হ’ব।