49
গুৱাহাটীঃ হংসিনী ফেশ্যন বেণ্ডৰ এটি ৱেৱছাইট আজি গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয়৷ www.hansinionline.com ৱেৱছাইটটো মুকলি কৰে প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে৷
অসমীয়া পৰম্পৰাগত সাজ পোছাকৰ লগতে অন্যান্য ভাৰতীয় অাৰু পশ্চিমীয়া শৈলীৰে সাজি উলিওৱা বস্ত্ৰ উক্ত ৱেৱছাইটটোৰ জৰিয়তে অনলাইনযোগে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব।