92
newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম বংগত শুকুৰবাৰে নিশা পুনৰ নামি আহিল প্ৰকৃতিৰ দুৰ্যোগ৷ ৰাজ্যখনৰ কেইবাখনো জিলাত শুকুৰবাৰে নিশা নামি অহা ধৰাসাৰ বৃষ্টি আৰু বজ্ৰপাতত ৯ গৰাকী লোক নিহত হয়৷
আনাহাতে ৰাজ্যখনত কেইবা ঠাইতো পকী দেৱাল খহি পৰি ১২ জনতকৈও অধিক লোক গুৰুতৰ ভাৱে আহত হয়৷ বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰেও ৰাজ্যখনত প্ৰৱল বৰ্ষাপাত সম্ভাৱনা প্ৰকাশ কৰিছে৷