Home ৰাজ্যহাতে হাতে হেংদাং লৈ ৰাজপথলৈ ওলাই আহিল অসমীয়া ডেকা

হাতে হাতে হেংদাং লৈ ৰাজপথলৈ ওলাই আহিল অসমীয়া ডেকা

by News Desk
77 views
A+A-
Reset

চৰাইদেউঃ হাতে হাতে হেংদাং লৈ ৰাজপথলৈ ওলাই আহিল অসমীয়া ডেকা৷ অসম আৰু অসমীয়াৰ বাবে মৰিবলৈ ভয় নাই বুলি চিঞৰি সকীয়াই দিলে অসমীয়া বিৰোধীক শক্তিক৷ নগাঁও কাণ্ডই সমগ্ৰ ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে আজি চৰাইদেউ জিলাৰ সোণাৰিত হাতে হাতে হেংদাং লৈ অসমীয়া যুৱকে প্ৰতিবাদ সাব্যস্ত কৰে।

অসমত অনা অসমীয়াৰ অত্যাচাৰ বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰি চৰাইদেউ জিলাৰ সদৰ সোণাৰিত বিক্ষোভ প্ৰদৰ্শন লগতে পথ সভা অনুষ্ঠিত কৰে কেইবাটাও সংগঠনে৷ টাই আহোম যুৱ পৰিষদ, আটাছু, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, আমছু, আটছা, ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ, আহোম জাতীয় গণমঞ্চ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ-পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে দিনৰ বাৰ বজাৰ পৰা পথ সভা অনুষ্ঠিত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0